শ্ৰীমদ্ভাগৱত কথাৰূপ (Srimad-Bhagavatam Kotharup)
Author: পূৰ্ণপ্ৰজ্ঞ দাসৰ দ্বাৰা পুনলিখিত
Description
শ্ৰীমদ্ভাগৱতৰ মহানতাৰ বিষয়ত কিৱা লিখাটো মোৰ বাবে সম্ভৱ নহয়। যেতিয়া মোৰ আদৰণীয় গুৰু মহাৰাজ শ্ৰীকৃষ্ণকৃপামূৰ্তি শ্ৰী অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদ প্ৰথমবাৰ আমেৰিকালৈ গৈছিল, সেই সময়ত ধনৰ নামত তেওঁৰ ওচৰত মাত্ৰ চল্লিছ টকা আছিল। কিন্তু তেওঁৰ ওচৰত এনে এক সম্পত্তিও আছিল যি অমূল্য আছিল। সেই অমূল্য সম্পত্তি আছিল তিনি ট্ৰাঙ্ক শ্ৰীমদ্ভাগৱতৰ প্ৰথম স্কন্ধ, যিবোৰ তেখেতে দিল্লীৰ পৰা মুদ্ৰিত কৰিছিল। তাৰ পিছৰ সময়ছোৱাত শ্ৰীল প্ৰভুপাদে আন্তৰ্জাতিক কৃষ্ণভাৱনামৃতৰ স্থাপন কৰিলে আৰু তেওঁৰ মনত ভক্তিবেদান্তৰ লক্ষ্যৰে শ্ৰীমদ্ভাগৱত অনুবাদ সম্পূৰ্ণ কৰিবলৈ আকাংক্ষা আছিল। আৰু ইয়াক পূৰ্ণ কৰিবলৈ তেওঁ দিনে-ৰাতিয়ে কিমান যে সফল পৰিশ্ৰম কৰিলে!
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.