ৰাজবিদ্যা (RajaVidya)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
আমি কোনেও একো নকৰাকৈ ৰা কিবা এটা কৰাৰ পৰিকল্পনা নকৰাকৈ এক মুহূর্তও থাকিব নোৱাৰো। প্রকৃততে এই জগতত কর্ম কৰাৰ মাধ্যমেৰে আনন্দ লাভ কৰাটোৱেই হৈছে আমাৰ জীৱনৰ মূল কথা। কিন্তু আমিনা কোন— এই কথা নজনাকৈ আমি কিদৰে আমাৰ পৰম লাভৰ স্বার্থত সঠিকভাবে কাম কৰিব পাৰো ? এই ৰাজবিদ্যা গ্রন্থ আমাৰ প্রকৃত স্বৰূপ, প্রকৃতি আৰু ইয়াৰ সৃষ্টিকর্তাজনৰ সৈতে আমাৰ সম্বন্ধ আৰু আমাৰ দৈনন্দিন জীৱনত এই জ্ঞানৰ বাস্তবিক প্রয়োগৰ ওপৰত শ্ৰীল প্রভুপাদে প্রদান কৰা এলানি বক্তৃতাৰ সমাহাব।
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.