জন্ম-মৃত্যুৰ সিপাৰে (Janma-Mrutur Sipare)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
ভাৰতবৰ্ষৰ আটাইতকৈ প্রথিতযশা বৈদিক আচার্যজনে মৃত্যুৰ পাছত আত্মাটোৰ এক অবিশ্বাস্য যাত্ৰাৰ বিষয়ে চমকলগা প্রমাণ আগবঢ়াইছে। কৃষ্ণকৃপামূর্তি শ্ৰীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদে, আত্মাটোৱে কেনেদৰে এটা দেহৰপৰা আন এটা দেহলৈ যাত্ৰা কৰে আৰু কেনেদৰে আমি পৰম ধামত উপনীত হৈ এই জন্ম-মৃত্যুৰ চক্ৰটোৰ অৱসান ঘটাব পাৰো, সেইবিষয়ে ব্যাখ্যা কৰিছে।
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.