আনন্দ সাগৰ শ্ৰীকৃষ্ণ (Aanonda Sagar Sri Krishna)
Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ
Description
আপুনি বাৰু এনে এগৰাকী ব্যক্তিক ভাল পাব নিবিচাৰেনে, যিজন আটাইতকৈ সুন্দৰ, ঐশর্যশালী,বীর্যৱান, পৰম জ্ঞানী, খ্যাতিসম্পন্ন আৰু একেসময়তে সম্পূর্ণভাৱে অনাসক্ত? এই সৰু পৃথিখনত ভগৱান শ্রীকৃষ্ণৱ গুণাৱলীৰ বিষয়ে বর্ণনা আছে, যিয়ে। তেওঁক আটাইতকৈ আকর্ষণীয় আৰু প্রেমাস্পদ ব্যক্তিৰূপে পৰিগণিত কৰি তুলিছে।
Sample Audio
Copyright © 1972, 2022, 2026 BHAKTIVEDANTA BOOK TRUST (E 5032). All rights reserved.
All content, books, digital media, website design, and software are owned by Bhaktivedanta Book Trust.